-->

পথ সুৰক্ষাৰ জানিবলগীয়া নিয়মসমূহ। Road Safety Rules in Assamese

পথ সুৰক্ষাৰ জানিবলগীয়া নিয়মসমূহ। Road Safety Rules in Assamese

ৰাস্থা পাৰ হওঁতে বাঁওফালে তাৰ পিছত সোঁফালে চাই পাৰ হ'ব লাগে ।

মূল ৰাস্তাৰ ওপৰেদি বা মাজেৰে খোজ কাঢ়িব নালাগে । পৰাপক্ষত পদপথ ব্য়ৱহাৰ কৰিব লাগে।

জুম বান্ধি ৰাস্তাৰে খোজ কাঢ়িব  নালাগে।

সদায় ৰাস্তাৰ বাঁওফালেদি খোজ কাঢ়িব লাগে।

সদায় দীঘলীয়া শাৰী পাতি (এজনৰ পিছত এজন) খোজ কাঢ়ি যাব লাগে।

জেব্ৰা চিনেৰে ৰাস্তা পাৰ হোৱা অভ্য়াস গৰিব লাগে।

কেতিয়াও দৌৰি  ৰাস্তা পাৰ হব নালাগে।

ৰাস্তাত কেতিয়াও খেলা-ধুলা কৰিব নালাগে।

ৰেলপথত কেতিয়াও দৌৰা-দৌৰি বা খেলা-ধুলা কৰিব নালাগে।

ট্ৰীফিক লাইটৰ নিয়ম (ৰখা,অপেক্ষা,যোৱা) মানি ৰাস্তা পাৰ হ'ব লাগে ।

বিপদত পৰা লোক বা জৰুৰিভাবে কোনোবাই বেগাই আহিলে ৰাস্তা মুকলি কৰি বা আঁতৰি দি তেখেতক যাব দিব লাগে।

দুৰ্ঘটনা বা দুৰ্যোগৰ  জৰুৰী নম্বৰসমুহ জানিব লাগে। 

পথৰ কাষত থকা সতৰ্কতামুলক পথ চিহ্ন ফলক সমূহৰ অৰ্থ জানিব লাগে।

অগ্নি নিৰ্বাপক গাড়ী , এম্বলেন্স আৰু যিকোনো ৰঙা আৰু নীলা লাইট জ্বলাই গাড়ী আহিলে ৰাস্তা মূকলি কৰি দিব লাগে।

কোন পথ দূৰ্ঘটনা দেখিলে জৰুৰী নম্বৰত ফোন কৰিলে শুদ্ধ আৰু স্পষ্টভাবে দূৰ্ঘটনাৰ সঠিক ঠিকনা কব লাগে।

১৮ বছৰতকৈ কম বয়সৰ শিশুৱে গাড়ী চলোৱা আইনমতে দণ্ডণীয়। তেনে গাড়ীবোৰ আৰু অভিভাৱককআইনে দণ্ড দিয়াৰ বিধান আছে।

চাইকেল চলাওতে  সদায় হেলমেট পৰিধান কৰিব লাগে ।

ছাত্ৰ-ছাত্ৰীৰ বাবে পথ সুৰক্ষাৰ জানিবলগীয়া নিয়মসমূহ। Road Safety Rules
ছাত্ৰ-ছাত্ৰীৰ বাবে পথ সুৰক্ষাৰ জানিবলগীয়া নিয়মসমূহ। Road Safety Rules

ছাত্ৰ-ছাত্ৰীৰ বাবে বাছত যাত্ৰা কৰোতে পালন কৰিবলগীয়া নিয়মসমূহ 


বাছত শাৰীপাতি, ধীৰ সুস্থিৰে উঠা-নমা অভ্য়াস কৰিব লাগে।

বাছৰ পাওদানিত উঠি যাত্ৰা কৰিব লাগে।

বাছৰ ভিতৰৰ পৰা খিৰিকীৰে থু-খেকাৰ, পিক আদি পেলাব নালাগে।

বাছৰ ভিতৰৰ পৰা খিৰিকীৰে কেতিয়াও হাত বা মূৰ উলিয়ব নালাগে ।

বাছত যাত্ৰা কৰোতে গাড়ীৰ নম্বৰ মনত ৰাখিব লাগে।

চলন্ত গাড়ীৰ পৰা জাপ মাৰি নামিব নালাগে।

বাছৰ ভিতৰত থাকিলে ভালকৈ ধৰি লব লাগে।

বাছৰ পৰা নামি কেতিয়াও বাছখনৰ আগেৰে ৰাস্তা পাৰ হ'ব নালাগে। 

বাছৰ পৰা নামি ৰাস্তা পাৰ হওঁতে বাছখন যোৱাৰ পিছত ৰাস্তাৰ দুয়োফালে চাই শাৰী পাতি পাপ হ'ব লাগে।


Important Traffic Rules To Follow To Ensure Safety While Driving

Always wear a seatbelt.

Avoid distractions.

Do not cross the speed limit.

Service your car regularly.

Follow traffic signals.

Maintain lane discipline.

Be careful during bad weather.

Maintain a safe distance.


The road safety tips.

Do not drink and drive.

Keep a safe distance from vehicles!

Buckle up before you drive.

Do not drive on the wrong side.

Always wear a helmet!

Always give an indicator while changing lanes.

Drive within the speed limit.

Don't use mobile phones while driving.

Post a Comment

Thanks for messaging us. If you have any doubts. Please let me know.

Previous Post Next Post

Offer

<

Mega Offer