-->

Agneepath Scheme Army:ভাৰত চৰকাৰে অগ্নিপথ নামেৰে এটি নতুন যোজনা

Agneepath Scheme Army: ভাৰত চৰকাৰে অগ্নিপথ নামেৰে এটি নতুন যোজনা অহা 90 দিনৰ ভিতৰত আৰম্ভ কৰিব | এই যোজনাৰ অধীনত 46,000 যুৱকক ভাৰতীয় সেনা, নৌ সেনা তথা বায়ু সেনাত মকৰল কৰা হব | ভৰ্ত্তিৰ বসয়ৰ সীমা 17.5 ৰ পৰা 21 বছৰ বয়সৰ ভিতৰত | এই নিযুক্তি কেৱল মাত্ৰ 4 বছৰৰ বাবেহে প্ৰযোজ্য হব | তাৰ পিছত, উত্তম সেৱা প্ৰদান কৰা সকলৰ পৰা 25% লোকক নিয়মীয়া ভাবে সেনাত নিয়োগ কৰা হব | 

Agneepath Scheme Army
Agneepath Scheme Army:ভাৰত চৰকাৰে অগ্নিপথ নামেৰে এটি নতুন যোজনা 

আৰম্ভণীতে তেওলোকে মাহিলী 30,000 হাজাৰ টকাকৈ আৰু চতুৰ্থ বছৰত মাহিলী 40,000 হাজাৰ টকাকৈ দৰমহা পাব | চতুৰ্থ বছৰৰ অন্তত, তেওলোকে 11.71 লাখ টকা "সেৱা নিথি" আচনিৰ জৰিয়তে পাব, যাতে তেওলোকে অসামৰিক সমাজত নিজাকৈ হলেও আত্মনিৰ্ভৰশীলতা লাভ কৰিব পাৰে |

চাৰিবছৰীয়া কাৰ্য্যকাল সম্পূৰ্ণ কৰা "অগ্নিবীৰ" সকলক চিআৰপিএফ আৰু অসম ৰাইফলত নিয়োগৰ ক্ষেত্ৰত অগ্ৰধিকাৰ দিয়া হব | এই সিদ্ধান্ত আমাৰ মাননীয় প্ৰধান মন্ত্ৰী ডাঙৰীয়াৰ | এই সন্দৰ্ভত ভাৰত চৰকাৰৰ হোম মিনিস্ত্ৰীয়ে ইতিমধ্যে নিৰ্ণয় লৈছে |

Who are eligible for the Agneepath scheme?

Under the Agnipath scheme, aspirants between the ages of 17.5 years and 21 years will be eligible to apply. The recruitment standards will remain the same, and recruitment will be done twice a year through rallies.

Flex Media Tangla

Did You Know?

Flex Media Printing Press Near Tangla Bus Stand, Tangla College Road

New!

Flex Media Printing Press

Flex Media Tangla Bus Stand!!!

Post a Comment

Thanks for messaging us. If you have any doubts. Please let me know.

Previous Post Next Post

Offer

<

Mega Offer